28 C
Guwahati
Wednesday, October 20, 2021
More

    নতুন নিৰ্দেশনা! কাইলৈৰ পৰা বন্ধ হ’ব সকলো ধৰণৰ দোকান-পোহাৰ, কেনেদৰে ক্ৰয় কৰিব সামগ্ৰী, জানক…

    নতুন নিৰ্দেশনা! কাইলৈৰ পৰা বন্ধ হ’ব সকলো ধৰণৰ দোকান-পোহাৰ, কেনেদৰে ক্ৰয় কৰিব সামগ্ৰী, জানক…

    ৰাজ্যৰ বিভিন্ন জিলাত এতিয়ও নিয়ন্ত্ৰণ হোৱা নাই ক’ভিড পৰিস্থিতি। ইয়াৰ ওপৰত লক্ষ্য ৰাখিয়েই কিছুদিন পূৰ্বে ৭খন জিলাত সম্পূৰ্ণ কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে।

    উল্লেথ্য যে বিশ্বনাথত এতিয়াও কম হোৱা নাই কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি বিশ্বনাখৰ জিলা প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা ।

    এই নিৰ্দেশনা সমূহ তলত উল্লেখ কৰা হ’ল-

    ১) চতিয়া, গহপুৰ, বিশ্বনাথ লগতে লেহুগাঁৱৰ ৭ নং ৱাৰ্ডৰ অন্তৰ্গত ঠাইৰ সকলো ধৰণৰ গেলামালৰ দোকান বন্ধ থাকিব।

    ২) দুপৰীয়া ১২ বজালৈ ঘৰে ঘৰে প্ৰয়োজনীয় সা-সামগ্ৰী যোগান ধৰা হ’ব।

    ৩) সকলো ধৰণৰ বেংক পুৱা ৯ বজাত খুলিব আৰু দুপৰীয়া ১২ বজাত বন্ধ হ’ব।

    ৪)১২ বজালৈ শাক-পাচলিৰ হোম ডেলিভাৰী হ’ব।

    এই নিৰ্দেশনা সমূহ ১৩ জুলাইৰ পৰা বলবৎ হ’ব। কোনোৱে এই নিৰ্দেশনা উলংঘা কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

    আৰু পঢ়ক : ভয়ংকৰ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰিল ট্ৰাক, থিতাতে প্ৰাণ গ’ল দুজনৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং