
বিধানসভাৰ প্ৰৱেশদ্বাৰত ৪৫ নং বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰতিবাদ। নতুন ভূমি নীতি বিৰোধিতা কৰাৰ বাবে বিধানসভাৰ পৰা বহিষ্কাৰৰ পিছতে এইদৰে প্ৰতিবাদত নামে বিধায়ক গৰাকী। হাতত প্লে’ কাৰ্ড আৰু শ্লোগানৰে প্ৰতিবাদ।

তেওঁৰ লগত এই প্ৰতিবাদত সংগ দিছে কমলাক্ষ দে’ পুৰকায়স্থ আৰু দেৱব্ৰত শইকীয়া। নতুন ভূমি নীতিৰ বিৰোধিতা কৰি বিধানসভাৰ মজিয়াতে শুই পৰে বিধায়ক গৰাকী।