মজিয়াত শুই নতুন ভূমি নীতিৰ বিৰোধিতা বিধায়ক শ্বেৰমান আলীৰ

0
672
Photo: Time8
Photo: Time8

বিধানসভাৰ প্ৰৱেশদ্বাৰত ৪৫ নং বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰতিবাদ। নতুন ভূমি নীতি বিৰোধিতা কৰাৰ বাবে বিধানসভাৰ পৰা বহিষ্কাৰৰ পিছতে এইদৰে প্ৰতিবাদত নামে বিধায়ক গৰাকী। হাতত প্লে’ কাৰ্ড আৰু শ্লোগানৰে প্ৰতিবাদ।

Photo: Time8

তেওঁৰ লগত এই প্ৰতিবাদত সংগ দিছে কমলাক্ষ দে’ পুৰকায়স্থ আৰু দেৱব্ৰত শইকীয়া। নতুন ভূমি নীতিৰ বিৰোধিতা কৰি বিধানসভাৰ মজিয়াতে শুই পৰে বিধায়ক গৰাকী।