30 C
Guwahati
Tuesday, August 9, 2022
More

    নতুন বন্ধৰ দিন ঘোষণা জন্মাষ্টমীৰ, পূৰ্বে আছিল ২৪ আগষ্ট

    জন্মাষ্টমীৰ বন্ধৰ দিন ঘোষণাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলে একেৰাহে পালে ৩ দিনকৈ বন্ধ।

    জন্মাষ্টমীৰ চৰকাৰী বন্ধৰ নতুন দিন ঘোষণা কৰিলে। ২৪ আগষ্টৰ পৰিৱৰ্তে ২৩ আগষ্টতে অৰ্থাৎ কাইলৈ পাব বন্ধ। জন্মাষ্টমীৰ বন্ধক লৈ চৰকাৰী কৰ্মচাৰীসকল বিগত কেইবাদিনো ধৰি দোধোৰ-মোধোৰ অৱস্থাত আছিল।

    কিন্তু ৰাজ্য চৰকাৰৰ এই ঘোষণাৰ পিছতে সেই স্থিতিৰ অৱসান ঘটে। চৰকাৰী কাৰ্যালয়ৰ লগতে বন্ধ থাকিব স্কুল-কলেজসমূহো।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং