চাৰিসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন ৰঞ্জন দৈমাৰীৰ

কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ NDFBৰ নেতাগৰাকী

0
52

চাৰিসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন পালে NDFBৰ নেতা ৰঞ্জন দৈমাৰীয়ে। শান্তি আলোচনাত ভাগ লোৱাৰ বাবেই পালে জামিন নেতাগৰাকীয়ে।

উল্লেখ্য যে যাৱজ্জীৱন কাৰদণ্ডৰে দণ্ডিত এন ডি এফ বিৰ নেতাগৰাকীৰ। ২০০৮ চনৰ ভয়ংকৰ বোমা বিস্ফোৰণত অভিযুক্ত এই NDFBৰ নেতাগৰাকী। কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ চাৰিসপ্তাহৰ বাবে ওলাই আহিব নাতাগৰাকী।

কালি হৈ যোৱা ৰায় প্ৰদানৰ পিছতেই এইদৰে শান্তি আলোচনাত ভাগ লবৰ বাবে আজি কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব নেতাগৰাকী। চৰকাৰৰ সৈতে শান্তি আলোচনাত ভাগ ল’ব ৰঞ্জন দৈমাৰীয়ে।

Photo CRedit: Time8