26 C
Guwahati
Tuesday, August 9, 2022
More

    BREAKING: নলবাৰীত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত আৰু আহত ৩জন

    আহত লোককেইজনক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

    নলবাৰীৰ কৈৰাৰাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা। ট্ৰাকৰ তলত সোমাল চাৰিচকীয়া বাহন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন আৰু এজন নিহত। নিহত লোকজনৰ নাম বৰপেটাৰ প্ৰদীপ কুমাৰ চাহা।

    দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS01LC 1581 আৰু চাৰিচকীয়া বাহনখন নম্বৰ AS01AY 8178। দুৰ্ঘটনাত আহত লোককেইজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতিলৈ প্ৰেৰণ কৰা হয়।

    Guwahati | Edited by: Dulu Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং