31 C
Guwahati
Friday, August 19, 2022
More

    নাৰীৰ শক্তি প্ৰদৰ্শন, নলাত পৰা গাড়ী উদ্ধাৰ কৰিলে নগা মহিলা বেটেলিয়ানে

    কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে নিজৰ টুইটাৰত একাউণ্টত আপলোড কৰিছে নগা মহিলা বেটেলিয়ানে দুৰ্ঘটনাগ্ৰস্ত বাহন উদ্ধাৰ কৰাৰ ভিডিঅ'।

    কোনো গুণে কম নহয় নাৰী, এই কথা প্ৰমাণ কৰিলে নগা মহিলা বেটেলিয়ানে। তেওঁলোকে প্ৰদৰ্শন কৰিলে নাৰীৰ কিমান শক্তি। দুৰ্ঘটনাগ্ৰস্ত হৈ নলাত পৰা এখন দুৰ্ঘটনাগ্ৰস্ত গাড়ী মাত্ৰ কেইটামান ছেকেণ্ডতে উদ্ধাৰ কৰিলে এদল নগা মহিলা বেটেলিয়ানে আৰু এই সমগ্ৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

    চাওক ভিডিঅ’

    কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে নিজৰ টুইটাৰত একাউণ্টত আপলোড কৰিছে নগা মহিলা বেটেলিয়ানে দুৰ্ঘটনাগ্ৰস্ত বাহন উদ্ধাৰ কৰাৰ ভিডিঅ’।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং