27 C
Guwahati
Thursday, September 29, 2022
More

    কাশ্মীৰত অসমৰ জোৱানৰ ৰহস্যজনক মৃত্যু

    কাশ্মীৰত অসমৰ জোৱানৰ ৰহস্যজনক মৃত্যু

    তিতাবৰ ন-চুঙিৰ এজন BSF জোৱানৰ ৰহস্যজনক মৃত্যু । দেশ মাতৃৰ সেৱাত দক্ষিণ কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত আছিল তিতাবৰ ন-চুঙিৰ নিতুল হাজৰিকা।

    যুৱকজন BSF ৰ ১০৮ নং বেটেলীয়ানৰ এজন জোৱান আছিল।

    দক্ষিণ কাশ্মীৰৰ ১০৮ নং বেটেলিয়ান বিভাগৰ তৰফৰ পৰা পৰিয়ালবৰ্গক জনায় যে নিতুল হাজৰিকাই চাৰ্ভিচ ৰাইফলেৰে গুলি কৰি আত্মহত্যা কৰিছে ।

    কিন্তু এই সমগ্ৰ ঘটনাটো পৰিয়ালবৰ্গই সহজভাৱে মানি লব পৰা নাই।

    ঘটনাটোক লৈ পৰিয়ালবৰ্গই ৰহস্য আছে বুলি অভিযোগ কৰিছে ।

    ২০০৪ চনত চাকৰি যোগদান কৰিছিল নিতুল হাজৰিকাই। পৰিয়ালবৰ্গই এই সমগ্ৰ ঘটনাটো উচিত তদন্তৰ দাবী জনাইছে।এই ঘটনাই সমগ্র অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

    Input and photo – Sajid husain

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং