মহানগৰীত ৰহস্যজনকভাৱে এটা মৃতদেহ উদ্ধাৰ, বৰ্তমানেও উদ্ধাৰ হোৱা নাই পৰিচয়

0
2379
মহানগৰীত ৰহস্যজনকভাৱে এটা মৃতদেহ উদ্ধাৰ, বৰ্তমানেও উদ্ধাৰ হোৱা নাই

মহানগৰীত ৰহস্যজনকভাৱে এটা মৃতদেহ উদ্ধাৰ, বৰ্তমানেও উদ্ধাৰ হোৱা নাই পৰিচয়। মহানগৰীৰ মালিগাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছ এটা মৃতদেহ।

55B নম্বৰৰ ৰে’লৱে কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহটো। পিছে উদ্ধাৰ হোৱা মৃত লোকগৰাকীৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

ঘটনা সন্দৰ্ভত খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । অচিনাক্ত লোকজনৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্য।

আৰু পঢ়ক : ৰেগিঙত অতিষ্ঠ হৈ আত্মহত্যাৰ চেষ্টা চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰৰ, সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি