23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    এম এছ ধোনীৰ পিতৃ-মাতৃ কভিডত আক্ৰান্ত, চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি

    এম এছ ধোনীৰ পিতৃ-মাতৃ কভিডত আক্ৰান্ত, চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি

    অতি কম দিনৰ ভিতৰতে দেশত কৰণাৰ মাধমাৰ । বহু লোক হাস্পতালত ভৰ্তি চিকিৎসাৰ বাবে। পিছে বৰ্তমানে চিকিৎসালয় বোৰতো দেখা দিছে অক্সিজেনৰ অভাৱে। ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে অক্সিজেনৰ অভাৱত।

    ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ পিতৃ-মাতৃ কভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে। দুয়ো বৰ্তনানে কভিডৰ চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি। অৱশ্যে চিকিৎসকৰ ফালৰ পৰা জানিব পৰা অনুসৰি ধোনীৰ পিতৃ-মাতৃ দুয়োৰেই অক্সিজেনৰ লেভেল সামান্য।

    বৰ্তমানলৈ কোনো জটিলতা নাই পিতৃ-মাতৃ দুয়োগৰাকীৰে। ৰাঁচীৰে পাল্ছ চুপাৰস্পেচিয়েলিটি হাস্পতালত ভৰ্তি হৈ আছে বৰ্তমানে।

    আনহাতে ২০২১ আই পি এলৰ চেন্নাই চুপাৰ কিংচক প্ৰতিনিধিত্ব কৰা ধোনী বৰ্তমানে মোম্বাইত আছে।

    আৰু পঢ়ক : কভিড ভেকচিনৰ দুয়োটা ডোজ গ্ৰহণ কৰাৰ পিছতো শিৱসাগৰ জিলাৰ উপায়ুক্ত কভিড পজিটিভ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং