24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ”সোণোৱালক অনুসৰণ কৰি মুখ্য মন্ত্ৰী হ’ব বিচাৰিছে এজেপিৰ সভাপতি লুৰীণে”

    ”সোণোৱালক অনুসৰণ কৰি মুখ্য মন্ত্ৰী হ’ব বিচাৰিছে এজেপিৰ সভাপতি লুৰীণে”

    নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই আৰম্ভ হৈছে মন্ত্ৰী বিধায়ক নেতাৰ বাকযুদ্ধ। দেওবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি পুনৰ এইদৰে কটাক্ষ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে।

    দেওবাৰে বিজেপি দলৰ নাহৰকটীয়া সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে কয় যে ”অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক অনুসৰণ কৰে ”।

    ”বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচীৰ অংশ হিছাপে মুখ্যমন্ত্ৰীয়ে দৰিদ্ৰ পৰিয়ালৰ ঘৰত উপস্থিত হয় ভাত খাইছিল তেওঁলোকৰ খা-খবৰ লৈছিল আৰু তাকে লুৰীণে অনুসৰণ কৰি বৃহস্পতিবাৰে নিশা নাহৰকটীয়াৰ চাচনীত ভাত খাইছে” । এই বুলি মন্তব্য প্ৰকাশ কৰে নেতা গৰাকীয়ে।

    লগতে কয় যে ”সৰ্বানন্দ সোনোৱাল আৰু লুৰীণজ্যোতি গগৈ আছুৰ পৰা অহা গতিকে সৰ্বানন্দ সোনোৱালক পিছে পিছে অনুসৰণ কৰি লুৰীণে মুখ্যমন্ত্ৰী হ’ব বিছাৰিছে” ।

    আৰু পঢ়ক : স্পাইছ জেটৰ ছনু ছুডলৈ বিশেষ সন্মান, এখন বয়িং বিমানত অংকন কৰিলে লকডাউন হিৰোৰ চিত্ৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং