
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ। গুপ্তহত্যাৰ সময়ত অতি সুন্দৰ নিয়ন্ত্ৰণেৰে নজিৰ সৃষ্টি কৰা তৰুণ গগৈক মনত পেলালে সাংসদগৰাকীয়েষ
কিদৰে ৰাজ্যত বৃদ্ধি পোৱা আলফাৰ সন্ত্ৰাস সুন্দৰ ভাৱে তথা ক্ৰমাগতভাৱে নিয়ন্ত্ৰণলৈ আনিছিল সেয়াও মন পেলই সাংসদ নৱ শৰণীয়াই। লগতে তেওঁ কয় যে, অসমত শান্তিৰক্ষাৰ প্ৰধান দূত আছিল তৰুণ গগৈ।
তেওঁৰ মৃত্যু অসমৰ বাবে অপূৰণীয় ক্ষতি। এটা ৰাজনৈতিক অধ্যায়ৰ সামৰণি তৰুণ গগৈৰ সৈতে।
Photo Credit: @nandaburathokichetry