34 C
Guwahati
Tuesday, October 12, 2021
More

    মটৰ’লা ফোনৰ বাবেই কেনেদৰে ডকাইতৰ গুলিৰ পৰা প্ৰাণ ৰক্ষা পৰিল এজন লোকৰ!

    মটৰ’লা ফোনৰ বাবেই কেনেদৰে ডকাইতৰ গুলিৰ পৰা প্ৰাণ ৰক্ষা পৰিল এজন লোকৰ!

    এটা পাঁচবছৰ পুৰণি মটৰ’লা মোবাইল ফোনৰ বাবেই প্ৰাণ ৰক্ষা পৰিল এজন লোকৰ।

    ব্ৰাজিলত সংঘটিত হোৱা এই চাঞ্চল্যকৰ ঘটনাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

    জানিব পৰা মতে, ব্ৰাজিলত এটা ডকাইতিৰ ঘটনাৰ সময়ত এজন লোকে ব্যাৱহাৰ কৰা পাঁচবছৰীয়া পুৰণি মোবাইল ফোনটোৱে লোকজনক গুলিৰ আঘাতৰ পৰা ৰক্ষা কৰে।

    লোকজনক চিকিৎসা কৰা চিকিৎসকজনে উল্লেখ কৰা মতে, লোকজনে চোলাৰ পকেটত ৰখা মোবাইল ফোনটোৰ বাবেই লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে।

    পিষ্টলৰ গুলিত ফোনটোৰ ক্ষতিসাধন হয় যদিও সেই ফোনটোৱে লোকজনৰ জীৱন ৰক্ষা কৰে।

    চিকিৎসকজনে ক্ষতিসাধন হোৱা মটৰ’লাৰ ফোনটোৰ আলোকচ্চিত্ৰও প্ৰকাশ কৰে।

    উক্ত মটৰ’লা ফোনটোৰ পাছফালে হাল্কৰ কভাৰ ফটো লগোৱা আছিল।

    আৰু পঢ়ক : শিলচৰত ব্যতিক্ৰমী দুৰ্গা পূজা, একাংশ মুছলমান যুৱক আগবাঢ়ি আহিছে সহায়ৰ বাবে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং