29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    Breaking: কৰ’ণাই একেলগে প্ৰাণ ল’লে মাতৃ-পুত্ৰৰ

    এইপৰ্যন্ত বিলাসীপাৰাত কৰ'ণাত আক্ৰান্ত হৈ ৪ গৰাকী লোকৰ মৃত্যু ঘটিছে

    ৰাজ্যত অব্যাহত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা। বৰ্তমানলৈ ৩৭৮জন লোকে প্ৰাণ হেৰুৱাইছে কৰ’ণাত আক্ৰান্ত হয়।

    বিলাসীপাৰাত পুনৰ ২ গৰাকী লোকৰ মৃত্যু। বুধবাৰে কৰ’ণাত একেলগে প্ৰাণ হেৰুৱালে মাতৃ আৰু পুত্ৰই।

    গুৱাহাটীৰ GMCH ত মৃত্যু দুয়োগৰাকীয়ে।

    কৰ’ণাই প্ৰাণ লোৱা মহিলাগৰাকীৰ নাম বিভা ৰাণী সাহা (৮০) আৰু লোকজনৰ নাম বিষ্ণু পদ সাহা( ৫০ )।

    দুয়োগৰাকীৰে ঘৰ বিলাসীপাৰা চহৰৰ ৫ নম্বৰ ৱাৰ্ড বাবুপাৰাত।

    এসপ্তাহ পূৰ্বে কৰ’ণাত আক্ৰান্ত হৈ মাতৃ আৰু পুত্ৰক ভৰ্তি কৰোৱাইছিল GMCHত।

    GMCHত মঙলবাৰে নিশা মৃত্যু হয় দুয়োগৰাকীৰে।

    এই শোকাৱহ ঘটনাৰ পিছতে বিলাসীপাৰাত তীব্ৰ আতংকৰ সৃষ্টি হৈছে।

    এইপৰ্যন্ত বিলাসীপাৰাত কৰ’ণাত আক্ৰান্ত হৈ ৪ গৰাকী লোকৰ মৃত্যু ঘটিছে।

    এইপৰ্যন্ত ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ১৩০৮২৩ গৰাকী লোক। সুস্থ হৈ উঠিছে ১০১২৩৯ গৰাকী লোক।

    সক্ৰিয় লোকৰ সংখ্যা হৈছে ২৯,২০৩ গৰাকী লোক।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।