23 C
Guwahati
Monday, December 6, 2021
More

    কৰুণ মৃত্যু- ৰে’লপথ পাৰ হব লওঁতেই একেলগে মৃত্যু মাতৃ-কন্য়াৰ

    কৰুণ মৃত্যু- ৰে’লপথ পাৰ হব লওঁতেই একেলগে মৃত্যু মাতৃ-কন্য়াৰ। হোজাইৰ গোলাঘাটীয়া বস্তিৰ ৰেলপথতএই কৰুণ দুৰ্ঘটনা সংঘটিত হৈছে।

    ৰেলপথ অতিক্ৰম কৰিব লওঁতেই ৰেলৰ খুন্দাত মৃত্যু মাতৃ কন্যাৰ। নিহত মহিলা গৰাকী ৩৪ বছৰীয়া ঝুমা দাস পুৰকায়স্থ আৰু ২ বছৰীয়া কন্যা সন্তান পিংকি দাস বুলি জানিব পৰা গৈছে।

    নিহত মাতৃ কন্যাৰ ঘৰ উদয় পুৰ ১০ ঘৰ গাঁৱত। ঘটনা সম্পৰ্কে খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ দুয়ো মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ কৰিছে।

    Input and Photo – Biswajit Karmakar

    আৰু পঢ়ক : কংগ্ৰেছ বিহীন হৈ পৰিব নেকি মেঘালয়! প্ৰাক্তন মুখ্যমন্ত্ৰীসহ ১৩ জনকৈ বিধায়কে এৰিব কংগ্ৰেছ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং