23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গোলাঘাটৰ আৰক্ষীৰ বৃহৎ সফলতা, কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃনাল গগৈ ওৰফে জ’জ আটক

    গোলাঘাটৰ আৰক্ষীৰ বৃহৎ সফলতা, কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃনাল গগৈ ওৰফে জ’জ আটক। জিলাখনৰ নতুন প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া গোলাঘাটৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জ’জক আটক কৰিবলৈ সক্ষম হ’ল গোলাঘাট আৰক্ষীয়ে ৷

    পূৰ্বতেও কেইবাবাৰো আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জ’জক ৷ জ’জৰ নেতৃত্বত পুনৰ জিলাখনত ড্ৰাগচৰ বেহা প্ৰচলন হৈছিল বুলি দাবী গোলাঘাট আৰক্ষীৰ ৷

    বৰ্তমান জিলাখনৰ প্ৰতিটো অনৈতিক কাৰ্যৰ ওপৰত চোকা দৃষ্টি ৰখাৰ কথা উল্লেখ গোলাঘাট আৰক্ষীৰ ৷ অনাগত দিনত ড্ৰাগছৰ লগত জড়িত ব্যক্তিক কৰায়ত্ত কৰিব বুলি উল্লেখ কৰে গোলাঘাট আৰক্ষীয়ে ৷

    Input and Photo Credit- Rajib Karmokar

    আৰু পঢ়ক : অসমবাসীৰ বাবে দুখবৰ – কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং