অগপ কাৰ্যালয়ত নিজৰ মাজতে হতাহতি অগপ কৰ্মীৰ

অগপৰ সভাপতি অতুল বৰাক লৈ দুটা ভাগত বিভক্ত হয় অগপ কৰ্মী

0
526
Photo : Time8
Photo : Time8

মৰিগাঁও অগপ কাৰ্যালয়ত অঘটন । CABক লৈ কৰা প্ৰতিবাদৰ মাজতেই হতাহতি মৰিগাঁও অগপ কৰ্মীৰ ।

মন্ত্ৰী অতুল বৰা গ’ বেক, অতুল বৰা হায় হায় আদি ধ্বনি দিয়াক লৈ দুটা ভাগত বিভক্ত হৈ অগপ কাৰ্যালয় উত্তপ্ত কৰি তুলে অগপ কৰ্মীয়ে।