শীঘ্ৰেই আপোনাৰ পদূলিলৈ শাক-পাচলিৰ ভেন, কোন কোন স্থানত থাকিব ভেন জানিবলৈ পঢ়ক এই বাতৰি

মহানগৰত পাচলি বিক্ৰীৰ বাবে সম্পূৰ্ণ নিষিদ্ধ কৰাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ ৰাজ্য চৰকাৰৰ

0
88

কামৰূপ মহানগৰ প্ৰশাসনৰ সিদ্ধান্ত। শীঘ্ৰেই আপোনাৰ পদূলিলৈ শাক-পাচলিৰ ভেন। শাক-পাচলি বিক্ৰীৰ বাবে মহানগৰৰ মুঠ ৬৬টা স্থান নিৰূপণ প্ৰশাসনৰ। পিছে মহানগৰবাসীৰ বাবে ক’ত ক’ত যোগান ধৰিব শাক-পাচলি।

মহানগৰৰ প্ৰতিটো ৱাৰ্ডৰে গুৰুত্বপূৰ্ণ একো একোটা নিৰ্দিষ্ট ঠাই নিৰোপণ কৰিছে পাচলি বিক্ৰীৰ বাবে। যেনে আদাবাৰী, মালিগাঁও, শান্তিপুৰ, শিলপুখুৰি, চান্দমাৰী, তিনিআলি, নুনমাটি, নাৰেংগী, সাতগাঁও, ছয়মাইল, গনেশগুৰি, বেলতলা, গড়চুক, ভেটাপাৰা চাৰিআলি আদি।

মহানগৰত পাচলি বিক্ৰীৰ বাবে সম্পূৰ্ণ নিষিদ্ধ কৰাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ ৰাজ্য চৰকাৰৰ। সেয়ে যোগান বিভাগে নিজাববীয়াকৈ মহানগৰত যোগান ধৰিব পাচলি। সবিশেষ জানিবলৈ চাওক এই তালিকা।

Photo Credit: Youtube