
আজি সন্ধিয়া ৫ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ে ইণ্টাৰনেট সেৱা মুকলি কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। সন্ধিয়া ৫ বাজি গ’ল যদিও এতিয়া পৰ্যন্ত ইণ্টাৰনেট সেৱা লাভ কৰা নাই জনসাধাৰণে।
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতো ইণ্টাৰনেট সেৱা লাভ নকৰাক লৈ ক্ষোভিত হৈ পৰিছে জনসাধাৰণ। বৰ্তমান এই বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে উচ্চস্তৰীয় বিষয়ববীয়াৰ বৈঠক অনুষ্ঠিত হৈছে।