23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দিছপুৰত অখিল গগৈৰ নতুন ঠিকনা! প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামীৰ বাসগৃহ অখিল গগৈৰ নামত আবন্টন…

    দিছপুৰত অখিল গগৈৰ নতুন ঠিকনা! প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামীৰ বাসগৃহ অখিল গগৈৰ নামত আবন্টন…

    কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনত বিপুল ভোটত জয় লাভ কৰে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে।

    বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে দিছপুৰত অখিলৰ নতুন ঠিকনা।

    দিছপুৰত অখিলৰ নতুন ঠিকনা হৈছে বিধায়ক আৱাস।

    প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামীৰ বাসগৃহ অখিল গগৈৰ নামত আবন্টন।

    ৫৩নং কুটুৰী লাভ কৰে অখিল গগৈয়ে।

    আৰু পঢ়ক : আৰক্ষীৰ হেমাহিৰ বাবেই প্ৰাণ গ’ল এজনৰ! চিলাপথাৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং