সাংসদ আব্দুল খালেকক কোনে দিলে হত্যাৰ ভাবুকি?

হিন্দী ভাষাত প্ৰদান কৰে এই ভাবুকি

0
38

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবে বৰপেটাৰ সাংসদ আব্দুল খালেকক হত্যাৰ ভাবুকি। সাংসদগৰাকীৰ হোৱাটছ এপ নম্বৰযোগে ভাবুকি প্ৰদান কোনো অজ্ঞাত লোকৰ।

হিন্দী ভাষাত প্ৰদান কৰে এই ভাবুকি। নাগৰিকত্ব আইনৰ বিৰোধীতা কৰিবৰ বাবে বাধা কৰে। লগতে যদিহে এই বিৰোধিতা বন্ধ নকৰে তেন্তে মাৰি পেলোৱাৰ ধমকি দিয়ে অজ্ঞাত লোকজনে।

Photo Credit: Time8