21 C
Guwahati
Friday, January 21, 2022
More

    উৰুকাৰ নিশা অঘটন, কোনোৱে আহি চৌহদৰ ভিতৰতে জ্বলাই দিলে বাহন

    উৰুকাৰ নিশা অঘটন, কোনোৱে আহি চৌহদৰ ভিতৰতে জ্বলাই দিলে বাহন। নিশা বিশ্বনাথ চাৰিআলিত এই অঘটন সংঘটিত হৈছে৷

    অজ্ঞাত দুৰ্বৃত্তই ঘৰৰ চৌহদৰ ভিতৰতে থকা এখন পালছাৰ বাইকত অগ্নিসংযোগ কৰে ৷ বিশ্বনাথ চাৰিআলিৰ বামগাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

    লক্ষ্যজ্যোতি খনিকৰ নামৰ যুৱকজনৰ মটৰ চাইকেলখন জ্বলাই দিলে দুৰ্বৃত্তই ৷ উৰুকাৰ ভোজ খাই গৃহস্থ শোৱাৰ পিছতেই দুৰ্বৃত্তই সংঘটিত কৰে এই দুস্কাৰ্য।

    কোনে কি কাৰণে তেনে এক কাম সংঘটিত কৰে সেই সন্দৰ্ভত অদ্যপি জানিব পৰা হোৱা নাই। স্থানীয় লোকে কৈছে উৰুকাৰ নামত এনে অসভ্যালি কোনো লোকৰ।

    Input and Photo- Sayanika Deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং