পঞ্চাশ উৰ্ধৰ ৰফিক আলীয়ে যৌন নিৰ্যাতন চলালে ১৩ বছৰীয়া এগৰাকী কিশোৰীক

0
698
পঞ্চাশ উৰ্ধৰ ৰফিক আলীয়ে যৌন নিৰ্যাতন চলালে ১৩ বছৰীয়া এগৰাকী কিশোৰীক

পঞ্চাশ উৰ্ধৰ ৰফিক আলীয়ে যৌন নিৰ্যাতন চলালে ১৩ বছৰীয়া এগৰাকী কিশোৰীক

উত্তৰ গুৱাহাটীৰ চিলাত কিশোৰীক শাৰীৰিক নিৰ্যাতনৰ ঘটনা ।

চিলাৰ তেৰ বছৰীয়া এগৰাকী কিশোৰীক পঞ্চাশ উৰ্ধৰ ৰফিক আলী নামৰ লোকজনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।

কিশোৰী গৰাকীক নিৰ্মমভাবে প্ৰহাৰো কৰিছিল পাষণ্ড লোকজনে।

ঘটনা সন্দৰ্ভত ৰফিক আলীৰ বিৰুদ্ধে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিল কিশোৰী গৰাকীৰ পৰিয়ালৰ ।

আৰক্ষীয়ে ৩৪৬/২১নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৫/৫০৬ ধাৰা আৰু পক্সো আইনৰ অধীনত ৰুজু কৰিছে গোচৰ।

আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য ।

ইফালে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যাৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন পৰিয়ালৰ ।

ইনপুট: নিতোপম মেধী

আৰু পঢ়ক : ধৰ্ষণ কৰি পলায়ন, পিছে সাৰি যায় ক’ত! ২৪ ঘণ্টাৰ ভিতৰতেই আৰক্ষীৰ হাতত ৪ ধৰ্ষণকাৰী