25 C
Guwahati
Tuesday, October 19, 2021
More

    ঘৰৰ চিলিং ফুটি সোমাল মহাকাশৰ পৰা অহা সামগ্ৰী, বিচনাত শুই থকা মহিলাৰ অথন্তৰ

    ঘৰৰ চিলিং ফুটি সোমাল মহাকাশৰ পৰা অহা সামগ্ৰী, বিচনাত শুই থকা মহিলাৰ অথন্তৰ

    শুই থকা অৱস্থাত যদি হঠাতে বিছনাত কোনো আচৰিত বস্তু আহি পৰে হঠাতে। তাকো এনে বস্তু যু পূৰ্বতে কাহানিও কতো দেখা নাই।

    তাকো এৰেবাৰে ঘৰৰ চিলিং ফুটি সোমাই অহা সামগ্ৰী। তেতিয়া কি হব পাৰে বাৰু এবাৰ ভাবিব পাৰিনে। শুই থকা অৱস্থাতে আকাশৰ পৰা চিলিং ফুটি বিচনাত পৰে এক উল্কাপিণ্ড।

    কিন্তু ভাগ্য বহু ভাল আছিল যে, তীব্ৰ বেগে অহা উল্কাপিণ্ডটো মহিলাগৰাকীৰ শৰীৰ সলনি বিছনাৰ আনটো মূৰত পৰে। ঘটনা সন্দৰ্ভে জানিব পৰা অনুসৰি এই ঘটনা কানাডাৰ।

    মহিলাগৰাকী শুই থকা অৱস্থাত হঠাতে বিচনাত কিবা পৰাৰ শব্দ শুনিবলৈ পাই। লগে লগে উঠি সেই বস্তু দেখি আচৰিত হৈ পৰে। এই ঘটনা ৪ অক্টোবৰ তাৰিখৰ।

    ঘটনাৰ পিছৰ দিনা মহিলাগৰাকীয়ে সেই সামগ্ৰীবিধ সম্পৰ্কে আৰ৭ীৰ কাষ চাপে, তেতিয়াই জানিব পাৰে যে, সেয়া এক উল্কাপিণ্ড।

    আৰু পঢ়ক : চাবুৱাত মাহ-প্ৰসাদ খাই শতাধিক লোক চিকিৎসাধীন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং