20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চৌদিশে পৰি ৰ’ল নিথৰ দেহ! কয়লা খহি মৃত্যু অবৈধ খনিত কাম কৰি থকা ৬জনকৈ লোকৰ…

    মেঘালয়ত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। ইষ্ট জয়ন্তিয়া হিলছ জিলাৰ ৰিম্বাইত অবৈধ কয়লা খনিত কাম কৰি থকা ৬জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। জানিব পৰা অনুসৰি, বৃহস্পতিবাৰে নিশাৰ ভাগত কয়লা খহি এই ঘটনা সংঘটিত হৈছিল।

    উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ পিছত শুকুৰবাৰে পুৱা আটাইৰে মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহ উদ্ধাৰ কৰিয়ে এখন স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

    ইফালে এনে এক ঘটনাই ২০১৮ চনত সংঘটিত হৈছিল। য’ত ১০জনকৈ লোকৰ প্ৰাণ গৈছিল। এই ঘটনাৰ পিছতে ৰাজ্যখনত শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে।

    আৰু পঢ়ক : প্ৰভুভক্ত! মালিক সুস্থ হোৱাৰ বাবে দিন ৰাতি চিকিৎসালয়ৰ সন্মুখত অপেক্ষা এটা কুকুৰৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং