27 C
Guwahati
Monday, June 14, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ’ণাত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা…

    কৰ’ণাত আক্ৰান্ত হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা। এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজা টুইটাৰযোগে সদৰি কৰিছে। বৰ্তমান হোম আইছ’লেচনত আছে বুলিও মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে।

    আনহাতে তেওঁৰ দেহত কৰ’ণাৰ সামান্য লক্ষ্যণহে দেখা দিছে বুলিও জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে যি সকল লোকে যোৱা ৫ দিনত তেখেতৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক স্বাস্থ্যৰ প্ৰতি সজাগ হ’বলৈ পৰামৰ্শ দিছে চাংমাই। ইয়াৰ সমান্তৰালকৈ প্ৰয়োজনোসৰি কভিড পৰীক্ষা কৰাৰ বাবেও তেখেতে পৰামৰ্শ দিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং