29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চিচি টিভিত বন্দী ভয়ংকৰ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

    চি চি টিভি কেমেৰাত বন্দী এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য। মেঘালয়ৰ ফুলবাড়ীত সংঘটিত হৈছে এই ভয়ানক পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোৰ ফলত থিতাতে এগৰাকী মহিলাৰ মৃত্যু হয়।

    বছৰৰ প্ৰথমটো দিনটেই মেঘালয়ৰ ফুলবাড়ীৰ চিবিনাঙত সংঘটিত হৈছে এক ভয়ংকৰ আৰু শিহৰণকাৰী পথ দুৰ্ঘটনা । দুৰ্ঘটনাটো সমগ্ৰ দৃশ্য কাষৰে এটা অট্টালিকাৰ চিচি টিভি কেমেৰাত বন্দি হৈছে।

    ভিডিঅ’টোত দেখা অনুসাৰে এখন টেম্পোগাড়ীক সমুখেৰে অহা এখন জায়ল’ বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলত টেম্পো খনত থকা কেইবাগৰাকী যাত্ৰী বাহিৰলৈ চিটিকি পৰে।

    সমুখ ভাগত চিটিকি পৰা মহিলাগৰাকীক পিছত নিয়নত্ৰণহীন টেম্পোখনে মহতিয়াই নিয়াৰ ফলতে থিতাতে মৃত্যুক সাৱটে।

    আৰু পঢ়ক : কেৱল পদপথৰ কুকুৰৰ বাবে ভিক্ষা খুজি জীৱন কটোৱা মমীৰ কথাৰে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং