28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    তীব্ৰ বেগে অহা অল্ট’-হুণ্ডাই ক্ৰেটাৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ

    তীব্ৰ বেগে অহা অল্ট’-হুণ্ডাই ক্ৰেটাৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত দুয়োখন বাহনেৰে সমুখ ভাগ একেবাৰে থেতেলা খাই যায়। এই দুৰ্ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ আউনীআটিত।

    এই ভয়াবহ পথ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে দুজনলোক। দুৰ্ঘটনাগ্ৰস্থ অল্ট’ গাড়ী খনৰ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত চালক আৰু এজন আৰোহীক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

    কলিয়াবৰ অভিমূখী দুৰ্ঘটনাগ্ৰস্থ অল্ট’ বাহন খনৰ নম্বৰ AS-02Z-9008 আৰু নগাঁও অভিমূখী ক্ৰেটা খনৰ নম্বৰ AS-23Q-5702.
    ঘটনাস্থলিত যানবাহান আৰক্ষী আৰু ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ পলমকৈ উপস্থিত হোৱাত অসন্তুষ্ট একাংশ প্ৰত্যক্ষদৰ্শী লোকৰ।

    আৰু পঢ়ক : আজি নিশা গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং