26 C
Guwahati
Thursday, June 30, 2022
More

    ভয়ংকৰ ঘটনা, যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড, ঠাইতে দুগৰাকীয়ে হেৰুৱালে প্ৰাণ, ২২ গৰাকী সংকটজনক

    ভয়ংকৰ ঘটনা, যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড, ঠাইতে দুগৰাকীয়ে হেৰুৱালে প্ৰাণ, ২২ গৰাকী সংকটজনক

    ভয়ংকৰ ঘটনা, যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড, ঠাইতে দুগৰাকীয়ে হেৰুৱালে প্ৰাণ, ২২ গৰাকী সংকটজনক

    এক অতিকে ভয়ংকৰ ঘটনা সংঘটিত হৈছে জম্মুত। এখন যাত্ৰীবাহী বাছত কোনো যান্ত্ৰিক বিজুতি ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

    যাত্ৰাৰ সময়ত বাছ খনত ২৫ ৰো অধিক যাত্ৰী আছিল। ৰাজপথতে হঠাতে তেনে এক ঘটনা সংঘটিত হোৱাত যাত্ৰী সকলৰ মাজত হৈ চৈ লাগি যায়।

    যাত্ৰী সকলে ততাতৈয়াকৈ বাছখনৰ পৰা নামিবলৈ চেষ্টা কৰে যদিও জুইৰ লেলিহান শিখাই চাৰিওফালে আগুৰি ধৰে। যাৰ ফলত বাছখনৰ বিচৰতে আৱদ্ধ হৈ পৰে বহু লোক।

    জানিব পৰা মতে, বাছখন কটৰাাৰ পৰা জম্মু আহি আছিল। বাছ খনত থকা অধিকাংশ লোকে মা বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি উভতি আহি আছিল। তেনে সময়তে দুৰ্ঘটনাত পতিত বাছখন।

    এই দুৰ্ঘটনাৰ ফলত বাছখনৰ ভিতৰতে আৱদ্ধ হৈ জীৱন্তে অগ্নিদ্বগ্ধ হৈ দুগৰাকী লোকে প্ৰাণ হেৰুৱাৰ লগতে অন্য ২২ গৰাকী লোক গুৰুতৰভাৱে অগ্নিদ্বগ্ধ হৈ বৰ্তমানে হাস্পতালত ভৰ্তি হৈ আছে।

    আৰু পঢ়ক – ছলমানৰ পৰিয়ালত দ্বিতীয়খন বিবাহ বিচ্ছেদৰ খবৰ, ফেমিলী কোৰ্টৰ বাহিৰত দেখা পোৱা গ’ল…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং