24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কোনোমতে পেটে ভাতে খাই থকা বিধৱাৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড, সকলো জুইত ভস্মীভূত

    কোনোমতে পেটে ভাতে খাই থকা বিধৱাৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড, সকলো জুইত ভস্মীভূত

    কোনোমতে পেটে ভাতে খাই থকা বিধৱাৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড, সকলো জুইত ভস্মীভূত। হাটশিঙিমাৰীত সংঘটিত হৈছে এই ভয়াৱহ অগ্নিকাণ্ড।

    নিমিষতে ভুস্মীভূত হয় এগৰাকী বিধৱা মহিলাৰ বাসগৃহটো। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ তিনিআলিত নিশাৰ ভাগত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

    ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা নিশা প্ৰায় ১২ মান বজাত মমিনা বেওয়া নামৰ বিধৱা মহিলা গৰাকীৰ ঘৰত আকস্মিক ভাবে অগ্নিকাণ্ডৰ সুত্ৰপাত হয়।

    অগ্নিকাণ্ডৰ ফলত বিধৱা মহিলাগৰাকীৰ মুৰৰ চালিখন নিমিষতে জাহ যায়। অগ্নিকাণ্ডৰ ফলত সাঁচতীয়া ধন, কাপোৰ কানি, আচবাব পত্ৰ NRC ৰ নথি পত্ৰ কে ধৰি মূল্যবান সামগ্ৰী জুইত ভস্মীভূত।

    আৰু পঢ়ক :  হিংসুক, প্ৰথমে পিতা-পুত্ৰৰ দলবদ্ধ ধৰ্ষণ, পিছত প্ৰমাণ নোহোৱা কৰিবলৈ মহিলাক জ্বলোৱাৰ চেষ্টা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং