27 C
Guwahati
Saturday, August 20, 2022
More

    BREAKING: মৰাণত জুই, এজন লোকৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত

    অগ্নিকাণ্ডত ঘৰৰ সকলো সামগ্ৰী জাহ যায় । অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত নাছিল কোনো লোক।

    মৰাণৰ খোৱাঙত বিধ্ৱংসী অগ্নিকাণ্ড । খোৱাং নাহৰণিৰ ভৰত শইকীয়া নামৰ লোকজনৰ ঘৰ জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হয় । অগ্নিকাণ্ডত ঘৰৰ সকলো সামগ্ৰী জাহ যায় । অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত নাছিল কোনো লোক।

    অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং