33 C
Guwahati
Tuesday, August 9, 2022
More

    যোৰাবাটৰ ৯ মাইলত বিধ্বংসী অগ্নিকাণ্ড, চাওক VIDEO

    ঘটনাস্থলীত অসমৰ ১৮খন আৰু মেঘালয়ৰ ২খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়

    যোৰাবাটৰ অগ্নিকাণ্ডত জাহ গ’ল প্ৰায় কোটি টকাৰ সম্পত্তি। জৈন ট্ৰেডিং তৃভেনি ষ্টোৰ নামৰ এখন গেলামালৰ গুমদামত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।

    ঘটনাস্থলীত অসমৰ ১৮খন আৰু মেঘালয়ৰ ২খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ ৩ ঘণ্টাৰ চেষ্টা চলায় অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং