31 C
Guwahati
Friday, August 12, 2022
More

    যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা, চাওক VIDEO

    যোৰাবাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক ৷ উত্তৰ-গুৱাহাটীৰ পৰা লংকা অভিমুখে গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন৷

    সৌভাগ্যক্ৰমে ট্ৰাকখনৰ চালক শুকুৰ আলীৰ জীৱন ৰক্ষা। দুৰ্ঘটনাস্থলীত উপস্থিত যোৰাবাট আৰক্ষী। ট্ৰাকখনত আছিল ৩০৬টা চিলিণ্ডাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং