30 C
Guwahati
Tuesday, August 9, 2022
More

    ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন যুৱক

    দুৰ্ঘটনাটোত নিহত যুৱক দুজনৰ নাম হ'ল ছেলিম আহমেদ আৰু শ্বাহৰুখ খান বৰভূঞা।

    কাছাৰৰ লক্ষীপুৰ উজান তাৰাপুৰত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ২জন যুৱক। বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।

    দুৰ্ঘটনাটোত নিহত যুৱক দুজনৰ নাম হ’ল ছেলিম আহমেদ আৰু শ্বাহৰুখ খান বৰভূঞা। বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰে মহটিয়াই যুৱক দুজনক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয় যদিও চালকৰ পলায়ন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং