
পৃথিৱীত এনে বহু দেশ আছে যত আছে আচৰিত আচৰিত নিয়ম। এই আতৰিত নিয়মসমূহ গম পালে আপুনিও আচৰিত হৈ পৰিব।আনকি বিবাহৰ ক্ষেত্ৰটো আছে বিশেষ নিয়ম।
ফ্ৰাঞ্চ এনে এখন দেশ যত আচৰিত নিয়মে আপোনাকো আচৰিত কৰি তুলিব। এনে এবিধ নিয়ম হল এইখন দেশথ মানুহে মৃতদেহৰ সৈতেও বিবাহ পাশত আবদ্ধ হব পাৰে।এই বিবাহৰ বাবে মাত্ৰ ৰাষ্ট্ৰপতি পৰা অনুমতি ললেই হ’ল।
ৰাষ্ট্ৰপতি বিশেষ পৰিস্থিতিত এই নিয়মৰ অধীনত সেই ব্যক্তিক মৃত ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ অনুমতি প্ৰদান কৰিব পাৰে।
Photo Credt: Zee news