হোজাই জিলাৰ লংকাত বদৰউদ্দিন আজমলৰ NGO “মাৰ্কাজ দাৰুল য়াতামা” (অনাথ আশ্ৰম) ওপৰত চৰকাৰী হাতুৰা।
প্ৰশাসনে চিল কৰি দিলে অজমলৰ “মাৰ্কাজ দাৰুল য়াতামা” ।
NCPCR (National commision for protection of child right) ৰ গোচৰৰ ভিত্তিত হোজাই জিলা প্ৰশাসনে বন্ধ কৰাৰ নিৰ্দেশ দিলে আজমলৰ NGO মাৰ্কাজ দাৰুল য়াতামা ।
লংকা আৰক্ষী থানাত গোচৰ নং 26/21 US — 491 IPC R.W.SEC — 42/75/82 OF JJ act 2015 গোচৰ ৰুজু কৰা হৈছে ।
NCPCR ৰ নিয়ম অনুসৰি আজমলৰ মাৰ্কজ দাৰুলত থকা শিশু সকল অধিকাৰ ক্ষেত্ৰত থকা নীতি নিদেৰ্শনাক অমান্য কৰা তথা শিশু অধিকাৰ খৰ্ব হোৱাৰ অভিযোগত প্ৰশাসনে চিল কৰিলে লংকাৰ উদালীস্থিত আজমলৰ মাৰ্কাজুল দাৰুল ।
অসমৰ বিভিণ্ণ ঠাইত অৱস্থিত আজমলৰ আন মাকাজ দাৰুল য়াতামা বন্ধ কৰাৰ নিৰ্দেশ প্ৰশাসনৰ।
আৰু পঢ়ক : এমাহ ধৰি বন্ধক বনাই কিশোৰৰ ওপৰত নিৰ্মম যৌন অত্যাচাৰ, পেট্ৰল ঢলাৰ লগতে চিগৰেটেৰেও জ্বলালে