18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰশাসনে চিল কৰিলে আজমলৰ NGO “মাৰ্কাজ দাৰুল য়াতামা” (অনাথ আশ্ৰম)

    হোজাই জিলাৰ লংকাত বদৰউদ্দিন আজমলৰ NGO “মাৰ্কাজ দাৰুল য়াতামা” (অনাথ আশ্ৰম) ওপৰত চৰকাৰী হাতুৰা।

    প্ৰশাসনে চিল কৰি দিলে অজমলৰ “মাৰ্কাজ দাৰুল য়াতামা” ।

    NCPCR (National commision for protection of child right) ৰ গোচৰৰ ভিত্তিত হোজাই জিলা প্ৰশাসনে বন্ধ কৰাৰ নিৰ্দেশ দিলে আজমলৰ NGO মাৰ্কাজ দাৰুল য়াতামা ।

    লংকা আৰক্ষী থানাত গোচৰ নং 26/21 US — 491 IPC R.W.SEC — 42/75/82 OF JJ act 2015 গোচৰ ৰুজু কৰা হৈছে ।

    NCPCR ৰ নিয়ম অনুসৰি আজমলৰ মাৰ্কজ দাৰুলত থকা শিশু সকল অধিকাৰ ক্ষেত্ৰত থকা নীতি নিদেৰ্শনাক অমান্য কৰা তথা শিশু অধিকাৰ খৰ্ব হোৱাৰ অভিযোগত প্ৰশাসনে চিল কৰিলে লংকাৰ উদালীস্থিত আজমলৰ মাৰ্কাজুল দাৰুল ।

    অসমৰ বিভিণ্ণ ঠাইত অৱস্থিত আজমলৰ আন মাকাজ দাৰুল য়াতামা বন্ধ কৰাৰ নিৰ্দেশ প্ৰশাসনৰ।

    আৰু পঢ়ক : এমাহ ধৰি বন্ধক বনাই কিশোৰৰ ওপৰত নিৰ্মম যৌন অত্যাচাৰ, পেট্ৰল ঢলাৰ লগতে চিগৰেটেৰেও জ্বলালে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং