১৪ দিনেই পাৰ হ’ল, আজিলৈ সন্ধান নাই মৰিগাঁৱৰ ৪ যুৱকৰ

0
1160

১৪ দিনেই পাৰ হ’ল, আজিলৈ সন্ধান নাই মৰিগাঁৱৰ ৪ যুৱকৰ । মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনত এতিয়াও নিখোজ কেইবাজনো।

মাৰিগাঁও জিলাৰ চাৰি জনকৈ যুৱকৰ কোনো খবৰ নাই। আজি ১৪ দিনত ভৰি দিলে সেই ভয়াবহ দিনটোৱে ।

আজি মৰিগাঁও জাগীৰোড সমষ্টিৰ অন্তৰ্গত ভঁৰালটোপৰ উপেন্দ্ৰ কোঁৱৰ ৰ মৃতদেহ আজি পৰ্যন্ত উদ্ধাৰ কৰিব নোৱাৰাত পৰিয়াল তথা সমাজৰ লোকে মৃত্যু হোৱা বুলি ভাবি আজি ১১ দিনত সমাজৰ নীতি নিয়ম অনুযায়ী আদ্যশ্ৰাদ্ধ আয়োজন কৰিছে ।

Input and Photo – Kishore Dekaraja