31 C
Guwahati
Saturday, August 13, 2022
More

    কহিনুৰ থিয়েটাৰত অঘটন, নাটকৰ আখৰা প্ৰস্তুতিৰ মাজতে শিল্পীৰ মৃত্যু

    পাঠশালাত সোমবাৰে নিশা বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী পোহৰ শিল্পীৰ মৃত্যু

    পাঠশালাত সোমবাৰে নিশা কহিনুৰ থিয়েটাৰত নাটকৰ আখৰা প্ৰস্তুতি কৰি থকাৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ দেবেন ৰয় নামৰ এগৰাকী শিল্পীৰ মৃত্যু। শিল্পীগৰাকীৰ ঘৰ বজালীৰ ভোটান্ত মহীতৰাত।

    বিগত ৩২ বছৰ তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ অাৰু বহু বছৰ কহিনুৰত একেৰাহে পোহৰ শিল্পী হিচাপে কৰ্মৰত আছিল।
    প্ৰযোজক তপন লহকৰে শিল্পীগৰাকীক হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে l

    প্ৰথম দৰ্শনী সমাপ্ত হোৱাৰ পিছত নাটকৰ বাবে কাৰিকৰী চমক সৃষ্টিৰ বাবে কাম কৰা মুহূৰ্ততে সংঘটিত হয় এই ঘটনা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং