27 C
Guwahati
Saturday, September 18, 2021
More

    সুৰক্ষিত নহয় নিশাৰ মহানগৰী! নিশা কি ভয়ংকৰ ঘটনা হ’ল যুৱকৰ লগত শুনিলে হ’ব আচৰিত…

    সুৰক্ষিত নহয় নিশাৰ মহানগৰী! নিশা কি ভয়ংকৰ ঘটনা হ’ল যুৱকৰ লগত শুনিলে হ’ব আচৰিত

    নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা। মহানগৰীৰ জাপৰিগোগত দুৰ্বৃত্তৰ আক্ৰমণ এজন যুৱকক।

    দ্বীপেন গোহাঁই নামৰ এজন যুৱকক দুৰ্বৃত্ত্বৰ আক্ৰমণ।

    দুজনীয়া দুৰ্বত্বৰ দলে যুৱকজনক আক্ৰমণ কৰি কাঢ়ি লৈ যায় দ্বীপেন গোহাঁইৰ বাইক খন।

    পালচাৰ ২২০ বাহন খন লৈ যায় দলটোয়ে।

    দুৰ্বৃত্ত্বৰ দলটোয়ে যুৱকজনৰ দেহৰ কেইটাও স্থানত আঘাট কৰে।

    গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত যুৱক জন বৰ্তমান চিকিৎসাধীন।

    দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বৰ্তমান অব্যাহত ৰাখিছে তদন্ত।

    আৰু পঢ়ক : ভাল খবৰ! এতিয়াৰ পৰা মোবাইল ভেনৰ জড়িতে উপলব্ধ হ’ব গাহৰিৰ মাংস

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং