26 C
Guwahati
Friday, September 24, 2021
More

    মাজুলী অভিশপ্ত দুৰ্ঘটনা- প্ৰথমে মৃতদেহ, এতিয়া চিকিৎসক গৰাকীৰ বেগ উদ্ধাৰ

    মাজুলী অভিশপ্ত দুৰ্ঘটনা- প্ৰথমে মৃতদেহ, এতিয়া চিকিৎসক গৰাকীৰ বেগ উদ্ধাৰ

    মাজুলী অভিশপ্ত দুৰ্ঘটনা- প্ৰথমে মৃতদেহ, এতিয়া চিকিৎসক গৰাকীৰ বেগ উদ্ধাৰ। বিশ্বনাথৰ ভাচা তাপুত উদ্ধাৰ হয় চিকিৎসক গৰাকীৰ বেগটো।

    আজি পুৱা ভাগত মুনাফ আলি নামৰ এজন ব্যক্তি আৰু তেখেতৰ পত্নীয়ে খৰি আনিবলৈ যাওতে প্ৰত্যক্ষ কৰে বেগটো আৰু তাৰ পিছত মুনাফ আলিয়ে বেগটো উদ্ধাৰ কৰি স্থানীয় ৰাইজৰ সহযোগত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ লগতে বিশ্বনাথ ঘাট নদী আৰক্ষী বাহিনীক খবৰ দিয়াত বেগ টো নিৰীক্ষণ কৰে ।

    নদী আৰক্ষীৰ নিৰীক্ষণত উদ্ধাৰ হয় বেগটো আৰু নিৰীক্ষণত চিনাক্ত হয় নিৰুদ্দেশ হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰেই সেই বেগটো। বেগটোৰ ভিতৰত উদ্ধাৰ চিকিৎসক গৰাকীৰ পৰিচয় পত্ৰ।

    উল্লেখ্য যে, আজি মাজুলীৰ পানী জুৱলীত সন্ধানহীন হৈ থকা চিকিৎসক গৰাকীৰো মৃতদেহ আঠটা দিনৰ অন্তত উপঙি থকা অৱস্থাত উদ্ধাৰ।

    Input – Hassinur Alom

    আৰু পঢ়ক : বোৱাৰী দেখিয়েই শাহু সংজ্ঞাহীন, পিছত কুঠাৰেৰে দিলে ঘাপ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং