আজি অসমলৈ আহিব সিন্দেবাহিনী

0
69

আজি অসমলৈ আহিব সিন্দেবাহিনী

আজি অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। সিন্দেৰ লগত আহিব ১৮০ জনীয়া সাংসদ-বিধায়কৰ দল।

দিনৰ ১২ বজাত গুৱাহাটী পাবহি দলটো | বিয়লিৰ ভাগত সিন্দেসহ ১৮০গৰাকী সাংসদ-বিধায়কে দৰ্শন কৰিব কামাখ্যা মন্দিৰ।

নিশাটো মহানগৰীৰ হোটেল ৰেডিছন ব্লুত কটাব সিন্দেবাহিনীয়ে।

ইয়াৰ আগতেও দল গঠন কৰাৰ সময়ত গুৱাহাটীলৈ আহিছিল সিন্দেবাহিনী |