29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    যাৰ স্বাভিমান আছে জাতীয়তাবাদলৈ ঘূৰি আহিবলৈ আহ্বান লুৰিণজ্যোতি গগৈৰ

    যাৰ স্বাভিমান আছে জাতীয়তাবাদলৈ ঘূৰি আহিবলৈ আহ্বান লুৰিণজ্যোতি গগৈৰ

    লখিমপুৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ। লখিমপুৰৰ ত্যাগক্ষেত্ৰত AJP ৰ বিশাল জনজাগৰণ সভাত অংশগ্ৰহণ কৰে গগৈয়ে।

    কংগ্ৰেছ-AIUDFৰ মিত্ৰতাৰ প্ৰস্তাৱ পুনৰ নাকচ লুৰিনজ্যোতিৰ। AJP য়ে কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক শক্তিৰ বোকোচাত নুঠে বুলি মন্তব্য কৰে লুৰিণজ্যেতিয়ে ।

    হিমন্ত বিশ্বক আক্ৰমণ লুৰিনজ্যোতি গগৈৰ। তেওঁ কয় যে, অসমৰ ৰিকগনাইছ চান্দা মাষ্টৰ হিমন্ত বিশ্ব শৰ্মা। PWD ৰ সকলো ঠিকাতেই ৫% দিব লাগে, সেয়া সকলো ঠিকাদাৰেই জানে। কয়লা চিণ্ডিকেট, ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট, কাঠ, শিল সকলো চিণ্ডিকেটতেই হিমন্তৰ নাম।

    সাৰদা, লুইবাৰ্জাৰ, উত্তৰ কাছাৰ কেলেংকাৰীৰ মহানায়কৰ ভূতৰ মুখত ৰাম নাম। স্বাভিমান থকা কোনো মানুহ বিজেপিত থাকিব নোৱাৰে বুলি মন্তব্য আগবঢ়াই লুৰিণে কয় যে যাৰ স্বাভিমান আছে, ঘূৰি আহক জাতীয়তাবাদলৈ

    প্ৰধানমন্ত্ৰীৰ অসম আগমনকো কটাক্ষ লুৰিণৰ।

    আৰু পঢ়ক : ন্যায় বিচাৰি হাতত প্লে কাৰ্ড লৈ পাঁচ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীঃ “ফৰিদুল হত্যাৰ ন্যায় লাগে”

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।