28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নতুন বছৰৰ ৩১ জানুৱাৰীলৈ লকডাউন ঘোষণা, কৰ’ণাৰ নতুন ভাইৰাছ ষ্ট্ৰেইনৰ বাবেই এই ঘোষণা চৰকাৰৰ

    নতুন বছৰৰ ৩১ জানুৱাৰীলৈ লকডাউন ঘোষণা, ভাৰতত প্ৰৱেশ কৰিলে কৰণাৰ নতুন মাৰাত্মক ভাইৰাছ। যাৰ ফলত অধিক সতৰ্ক হোৱা প্ৰয়োজন দেশবাসী। তাৰ বাবেই আজি পুৱা মহাৰাষ্ট্ৰ চৰকাৰেও লকডাইনৰ সময়সীমা বৃদ্ধি কৰে।

    নতুন বছৰৰ ৩১ তাৰিখলৈ বৃদ্ধি লকডাউনৰ সময়সীমা। আজিৰে পৰা কাৰ্যকাৰী হোৱাকৈ ২৯ ডিচেম্বৰত এক বিজ্ঞপ্তিত স্বাক্ষৰ কৰে চৰকাৰে।

    উল্লেখ্য যে ৰাজ্যখনত বৰ্তমানে সক্ৰিয় কৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৫,৬৭২গৰাকী। ইয়াৰ বিপৰীতে ইংলেণ্ডৰ পৰা ভাৰতত কৰণাৰ ষ্ট্ৰেইন প্ৰৱেশ কৰিলেও মহাৰাষ্ট্ৰপ এজনো লোক এই নতুন ভাইৰাছত আক্ৰান্ত হোৱা নাই।

    আৰু পঢ়ক : মঙলদৈৰ ন-বোৱাৰী হত্যাৰ মূল অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ, বৰ্তমানেও পলাতক শাহু-শহুৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং