32 C
Guwahati
Sunday, September 19, 2021
More

    কালিৰে পৰা খুলিব বাৰ-ৰেষ্টুৰেণ্ট, ৪ ঘণ্টা অতিৰিক্ত সময় খুলি ৰাখিব পাৰিব

    কালিৰে পৰা খুলিব বাৰ-ৰেষ্টুৰেণ্ট, ৪ ঘণ্টা অতিৰিক্ত সময় খুলি ৰাখিব পাৰিব। ৰাজধানী দিল্লীত কালি ২১ জুনৰ পৰা আনলক আৰম্ভ। সেয়ে বহু ক্ষেত্ৰত শিথিল কৰি দিয়া হৈছে লকডাউন।

    তাৰেই পৰিপ্ৰেক্ষিতত বাৰ-ৰেষ্টোৰেণ্ট সমূহো খোলাৰ যো-জা আৰম্ভ কৰিছে। ইয়াৰ লগতে পাৰ্ক তথা গাৰ্জেন আদিয়ো খোলাৰ অনুমতি লাভ কৰিছে দিল্লী প্ৰসাসনৰ পৰা।

    দিল্লী চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ৫০ শতাংশ গ্ৰাহক বহিব পৰা কৈ খুলিব পাৰিব সকলো । লগতে সকলো নিশা ১৯ বজালৈকে খুলি ৰাখিব পাৰিব।

    ইয়াৰ বাহিৰে সকলো বজাৰ সমাৰো পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ খোলাৰ অনুমতি প্ৰদান দিল্লী চৰকাৰৰ।

    আৰু পঢ়ক : অসমে কানাডাৰ পৰা লাভ কৰিলে ৫০০০ অক্সিজেন কনচেণ্ট্ৰেটৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং