কাইলে অসমৰ পাঁচখন জিলাত স্থানীয় বন্ধৰ ঘোষণা

0
2551
ভাৰত বন্ধত স্তব্ধ স্বাভাৱিক জনজীৱন, বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ত
প্ৰতীকি ফটো

১ ছেপ্টেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে বি টি আৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।

উৰীয়া জনগোষ্ঠীৰ “নোৱাখাই” উৎসৱৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰিছে বি টি আৰ প্ৰশাসনে।

বি টি আৰৰ পাঁচখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, বাক্সা আৰু তামুলপুৰত থাকিব স্থানীয় বন্ধ।

এই দিনটোত জিলা কেইখনৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি সকলো বন্ধ থাকিব।