২৮ অক্টোবৰত ডিব্ৰুগড়ত স্থানীয় বন্ধ ঘোষণা

কালী পূজা আৰু দীপাৱলী উপলক্ষে এই নিৰ্দেশনা জাৰি কৰিলে জিলা উপায়ুক্ত পল্লৱ কুমাৰ ঝাই

0
629
photo credit: sentinelassam.com

২৮ অক্টোবৰ অৰ্থাৎ সোমবাৰে ডিব্ৰুগড়ত স্থানীয় বন্ধ ঘোষণা কৰিছে জিলা উপায়ুক্তই।

কালী পূজা আৰু দীপাৱলী উপলক্ষে এই নিৰ্দেশনা জাৰি কৰিলে জিলা উপায়ুক্ত পল্লৱ কুমাৰ ঝাই।