27 C
Guwahati
Saturday, August 20, 2022
More

    LoCত পাকিস্তানী সেনাৰ কুচকাৱাজক লৈ বিপিন ৰাৱটৰ মন্তব্য- চিন্তাৰ প্ৰয়োজন নাই, ভাৰত সাজু হৈ আছে

    পাকিস্তানক সকিয়নি বিপিন ৰাবটৰ। প্ৰতিটো মুহূ্ৰ্ততে সাজু হৈ আছে ভাৰতীয় সেনা। ভাৰতীয় সেনাৰ কোনোধৰণৰ চিন্তাৰ কাৰণ নাই। কাশ্মীৰ সম্পৰ্কতো বিপিন ৰাবটৰ প্ৰতিক্ৰিয়া প্ৰকাশ- ভাৰতীয় সেনাৰ সৈতে সুন্দৰ সম্পৰ্ক আছে কাশ্মীৰৰ জনতাৰ।

    Published:

    6 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং