20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ তালিকা, অধ্যক্ষ নিযুক্তি বঙাইগাঁৱৰ হিতেশ্বৰ বৰ্মন

    অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ তালিকা, অধ্যক্ষ নিযুক্তি বঙাইগাঁৱৰ হিতেশ্বৰ বৰ্মন

    প্ৰকাশ পালে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ তালিকা। তালিকাত অধ্যক্ষ ৰূপে নিযুক্তি বঙাইগাঁৱৰ হিতেশ্বৰ বৰ্মন। লগতে মুখ্য কাৰ্যবাহী পাৰিষদৰ দায়িত্বত বঙাইগাঁৱৰে গকুল বৰ্মন।

    ইয়াৰ বাহিৰে অন্য শীৰ্ষ নেতৃত্ব বৃন্দ হৈছে উপাধ্যক্ষৰ দায়িত্ব বঙাইগাঁৱৰ চোখেন ৰয়।

    কাৰ্যবাহী পাৰিষদৰ তালিকাত ধুবুৰীৰ জীৱেশ ৰয়
    ধুবুৰীৰ কৰ্মেশ্বৰ ৰয়, ধুবুৰীৰ প্ৰদীপ কুমাৰ ৰয়
    বঙাইগাঁৱৰ গোলাপ পাঠক, ধুবুৰীৰ কাৰ্তিক ৰয়
    বঙাইগাঁৱৰ অতুল চন্দ্ৰ ৰয়, ধুবুৰীৰ সুধীৰ ৰয়
    বঙাইগাঁৱৰ হিমু ৰাজবংশী, বঙাইগাঁৱৰ পূৰবী সৰকাৰ
    বঙাইগাঁৱৰ হিমানী অধিকাৰীক কাৰ্যবাহী পাৰিষদ ৰূপে নিযুক্তি
    পাৰিষদৰ তালিকাত গোৱালপাৰাৰ চন্দ্ৰ সিং তালুকদাৰ
    বঙাইগাঁৱৰ সবিতা সিনহা, ধুবুৰীৰ মায়া দাস
    বঙাইগাঁৱৰ অৰুণ কুমাৰ ৰয়, বঙাইগাঁৱৰ বিশ্বজিত ৰয়
    ধুবুৰীৰ মুকুল বৰুৱা, বঙাইগাঁৱৰ মানসপ্ৰতিম ৰয়
    গোৱালপাৰাৰ হিটলাৰ ৰয়, বঙাইগাঁৱৰ ত্ৰলোক্য ৰয়
    বঙাইগাঁৱৰ ধৰ্মেন্দ্ৰ ৰয়, গোৱালপাৰাৰ দ্বীপজ্যোতি ৰয়
    বঙাইগাঁৱৰ প্ৰণৱজ্যোতি বৰ্মন, ধুবুৰীৰ বিশ্বজিত ৰয়
    ধুবুৰীৰ উত্তম প্ৰধানী, বঙাইগাঁৱৰ বিক্ৰমজ্যোতি ৰয়
    বঙাইগাঁৱৰ অমৰেন্দ্ৰ বৰ্মন পাৰিষদৰ তালিকাত

    আৰু পঢ়ক : ৰাজনীতিয়ে এইবাৰ দেখুৱাব অন্য হে অংক! এটা নহয়, ডিব্ৰুগড়ৰ তিনিওটা সমষ্টিতে টিকট দাবী এজিপিৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং