21 C
Guwahati
Monday, January 17, 2022
More

    পুনৰ অভিলেখ গঢ়িলে গুৱাহাটীয়ে, উৰুকাৰ নিশাও কোটিৰ ঘৰত সুৰা বিক্ৰী

    পুনৰ অভিলেখ গঢ়িলে গুৱাহাটীয়ে, উৰুকাৰ নিশাও কোটিৰ ঘৰত সুৰা বিক্ৰী

    পুনৰ অভিলেখ গঢ়িলে গুৱাহাটীয়ে, উৰুকাৰ নিশাও কোটিৰ ঘৰত সুৰা বিক্ৰী। উৰুকাৰ দিনা ব্যাপক হাৰত বিক্ৰী বিলাতী সুৰা।

    গুৱাহাটী মহানগৰীত অভিলেখ গঢ়িলে সুৰাই। উৰুকাৰ ভোজৰ নামত মহানগৰীত সুৰাপায়ীয়ে ব্যাপক হাৰত কিনিলে সুৰা।

    কেৱল মহানগৰীতে ২ .৭৫ কোটি টকাৰ সুৰা কিনিলে সুৰাপায়ীয়ে। ৩১ ডিচেম্বৰৰ নিশাও সুৰা বিক্ৰী কৰি অভিলেখ গঢ়িছিল মহানগৰীয়ে।

    ৩১ ডিচেম্বৰৰ নিশা মাত্ৰ ১ টা দিনতে অভিলেখ গঢ়ি বিক্ৰী হৈছিল প্ৰায় ৬ কোটি টকাৰ সুৰা। প্ৰকাশিত তথ্য অনুসৰি কেৱল মাত্ৰ এটা দিনতে তাকো কেৱল গুৱাহাটী মহানগৰীতে ৫.৯৮ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল।

    উৰুকাৰ নিশাও সুৰা বিক্ৰীৰে অভিলেখ।

    আৰু পঢ়ক : অব্যাহত ড্ৰাগছ সৰবৰাহ, বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক বাদছা আলী…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং