মাংস নহয়, সিংহই খাইছে ঘাঁহ, গুজৰাটৰ গিৰ অভয়াৰণ্যত দেখা গৈছে এটা সিংহই ঘাঁহ খাই থকা দৃশ্য আৰু সমগ্ৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
অনন্য দৃশ্য! এটা সিংহই খাইছে ঘাঁহ
মাংস নহয়, সিংহই খাইছে ঘাঁহ, গুজৰাটৰ গিৰ অভয়াৰণ্যত দেখা গৈছে এটা সিংহই ঘাঁহ খোৱা দৃশ্য আৰু সমগ্ৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
Published:
First published