
আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন। এইখন হ’ব বৰ্তমানৰ সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট। অহা ৩০ মাৰ্চলৈ অনুষ্ঠিত হ’ব এই বাজেট অধিৱেশন।
৬ মাৰ্চত পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিয়লি ৩ বজাত শৰ্মাই দাখিল কৰিব বাজেট। বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে চুড়ান্ত কৰিছে এই সূচী।
Photo Credit: @himantabiswa